📅 Sunday, November 15, 2026 📍 Guwahati, Assam
BREAKING NEWS

ৰাতি ৯ বজাৰ পিছত আপোনাৰ শৰীৰত কি হয়? জানিলে আজিৰ পৰাই এটা অভ্যাস সলনি কৰিব!

ৰাতি ৯ বজাৰ পিছত আপোনাৰ শৰীৰত কি হয়?


 জানিলে আজিৰ পৰাই এটা অভ্যাস সলনি কৰিব!


দিনটো ব্যস্ততাৰে পাৰ হৈ যায়। কাম, মোবাইল, ছ’চিয়েল মিডিয়া, ভিডিঅ’ সকলো মিলি ৰাতি কেতিয়া গভীৰ হৈ পৰে, বহুতে গমেই নাপায়।


কিন্তু ৰাতি ৯ বজাৰ পিছত আমাৰ শৰীৰে ধীৰে ধীৰে বিশ্ৰামৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। এই সময়ত অত্যধিক মোবাইল ব্যৱহাৰ, গধুৰ খাদ্য বা পলমকৈ শোৱাৰ অভ্যাসে টোপনিৰ স্বাভাৱিক ছন্দত প্ৰভাৱ পেলায়।


বিশেষকৈ শোৱাৰ আগলৈকে ফোনৰ স্ক্ৰীনত ব্যস্ত থকাৰ অভ্যাসে বহু লোকৰ টোপনি পলম কৰায়। ফলত পুৱা উঠিও ভাগৰুৱা অনুভৱ হ’ব পাৰে।


সেয়ে আজিৰ পৰা এটা সৰু পৰিৱৰ্তন কৰি চাওক:


(১) শোৱাৰ আগতে কিছু সময় ফোন আঁতৰাই ৰাখক।


(২) নিশা অত্যধিক গধুৰ খাদ্য এৰাই চলক।


(৩) প্ৰতিদিনে প্ৰায় একে সময়তে শোৱাৰ চেষ্টা কৰক।


সৰু যেন লগা এই অভ্যাসবোৰেই আপোনাৰ দৈনন্দিন জীৱনত ডাঙৰ পাৰ্থক্য আনিব পাৰে।


আপুনি ৰাতি শোৱাৰ আগত কিমান সময় ফোন ব্যৱহাৰ কৰে আপুনি? কেই বজাত টোপনি যায়? পুৱা উঠি ভাগৰ লাগি থাকে নেকি? জনাওক কমেন্টত।

Explore More News

Latest News | Latest News Guwahati | Breaking News Assam | Politics News